জি এছ টী বলবৎ হোৱাৰ পিচত তিনিমাহত অসমৰ ফলাফল সন্তোষজনক…

Guwahati/ 6th November’2017 (Prag News Desk): জি এছ টী বলবৎ হোৱাৰ পিচত তিনিমাহত অসমৰ ফলাফল সন্তোষজনক|
আগষ্টত টেক্স সংগ্ৰহ হৈছিল ৩৩০ কোটি, ছেপ্তেম্বৰত ৩৯০ কোটি,
অক্টোবৰত সংগ্ৰহ হৈছে ৪৮৬ কোটি|

Share it on

Leave a Reply