তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত জঘন্য কাণ্ড…

Guwahati/ 6th November’2017 (Prag News Desk): তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত জঘন্য কাণ্ড|বিশ্ববিদ্যালয় চৌহদত ছাত্ৰীক যৌন নিৰ্যাতন, বদাই দাস নামৰ গৃহৰক্ষী বাহিনীৰ জোৱানৰ এই কাণ্ড| বিশ্ববিদ্যালয়ৰ সুৰক্ষাত নিয়োজিত বদাই দাস|

বিশ্ববিদ্যালয়ত চলি থকা ‘টেক্সট্ৰা’ নামৰ অনুষ্ঠানৰ মাজতে এই ঘটনা, ঘটনাক লৈ গোটেই নিশা বিশ্ববিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতি| পুৱা পৰ্যন্ত আবদ্ধ কৰি ৰাখিলে অভিযুক্ত জোৱানক,দণ্ডাধীশে লিখিত প্ৰতিশ্ৰুতি দিয়াতহে এৰি দিয়ে জোৱানক|

Share it on

Leave a Reply