প্ৰকাণ্ড কাছ উদ্ধাৰ…

Guwahati/ 6th November’2017 (Prag News Desk): মহানগৰীৰ চুনচালিৰ সেউজ নগৰত প্ৰকাণ্ড কাছ উদ্ধাৰ।
সঞ্জীৱ দত্তৰ ঘৰৰ চৌহদৰ পৰা উদ্ধাৰ কাছ টু।গৰাকী সঞ্জীৱ দত্তই কাছ টু প্ৰত্যক্ষ কৰি ইতিমধ্যে চিৰিয়াখানাত গতাই দিয়াৰ সিদ্ধান্ত লৈছে।ইতিমধ্যে অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছে সঞ্জীৱ দত্তই

Share it on

Leave a Reply