সন্মুখত কিশোৰৰ ৰহস্যজনক মৃত্যু ….

Guwahati/6th November’2017 (Prag News Desk): সৰুমতোৰীয়াৰ বাঘেশ্বৰী মন্দিৰৰ সন্মুখত কিশোৰৰ ৰহস্যজনক মৃত্যু । চৈয়েদ আলি নামৰ ব্যক্তিজনৰ ঘৰত কামকৰা লৰা হিচাপে আছিল কিশোৰ জন । চৈয়েদ আলিৰ ঘৰৰ পিছফালে চিপজৰী লৈ ঠকা অৱস্থাত উদ্ধাৰ মৃতদেহ । স্থানীয় লোকৰ অভিযোগ এইয়া আত্মহত্যা নহয় হত্যা । কিশোৰ জনৰ বয়স 12 বছৰ । আৰক্ষী উপষ্টিত হৈছে ঘটনা স্থলীত

Share it on

Leave a Reply