২০১৭ বৰ্ষৰ মুনীন বৰকটকী বঁটা ঘোষণা…

Guwahati/ 6th November’2017 (Prag News Desk): ২০১৭ বৰ্ষৰ মুনীন বৰকটকী বঁটা ঘোষণা, গল্পকাৰ ডালিম দাসলৈ আগবঢ়োৱা হৈছে বঁটা|

‘হৰি যদু মধু’ শীৰ্ষক গল্প সংকলনৰ বাবে এই বঁটা, বঁটাত আছে নগদ ৫০ হাজাৰ টকা|

Share it on

Leave a Reply