ৰাজ্য প্ৰশাসনত ব্যাপক সালসলনি, আবকাৰী আয়ুক্ত ৰাকেশ কুমাৰক অতিৰিক্ত দায়িত্ব…

Guwahati/ 6th Nov’2017 (Prag News Desk): ৰাজ্য প্ৰশাসনত ব্যাপক সালসলনি, আবকাৰী আয়ুক্ত ৰাকেশ কুমাৰক অতিৰিক্ত দায়িত্ব| পৰিবহণ বিভাগৰ আয়ুক্তৰ দায়িত্ব কুমাৰক পশুপালনৰ সবিচ পদৰ পৰা অব্যাহতি| পৰিবহণ বিভাগৰ আয়ুক্ত পুৰু গুপ্তাক বদলি APDCLৰো সঞ্চালক আছিল পুৰু গুপ্তা, শক্তি বিভাগলৈ বদলি কৰা হৈছে গুপ্তাক উদয়ন হাজৰিকাক গৃহ সচিবৰূপে নিযুক্ত, প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণৰ সচিব হাজৰিকা|

নিৰ্বাচন বিভাগৰ যুটীয়া সচিব মোহনলাল সুৰেকাক বদলি ৰাজহ, দুৰ্যোগ প্ৰশমনৰ যুটীয়া সচিবৰ দায়িত্ব সমাজ কল্যাণৰ যুটীয়া সচিব বিভাষ চন্দ্ৰ মোদীক বদলি সমাজ কল্যাণৰ অতিৰিক্ত সঞ্চালক দায়িত্ব মোদীক|

Share it on

Leave a Reply