চলিত বৰ্ষত প্ৰথম বাৰৰ বাবে ঘন কুঁৱলীয়ে আৱৰৰিলে ৰাজধানী দিল্লী…

Guwahati/ 7th November’2017 (Prag News Desk): চলিত বৰ্ষত প্ৰথম বাৰৰ বাবে ঘন কুঁৱলীয়ে আৱৰৰিলে ৰাজধানী দিল্লী| কিন্তু বিভিন্ন মহলৰ বাবে প্ৰদূষনৰ বাবেহে সৃষ্টি হৈছে এই কৃত্ৰিম কুঁৱলীৰ, পৰিৱেশ বিশেষজ্ঞৰ মতে এই কুঁৱলী মানৱ দেহৰ বাবে যথেষ্ট হানিকাৰক|বিশেষকৈ শিশুৰ বাবে অতিকৈ হানিকাৰক এই কুঁৱলী|
পৰাপক্ষত বাহিৰলৈ ওলোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ বিশেষজ্ঞৰ, আনহাতে বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ মতে এয়া স্বাভাৱিক কুঁৱলী

correspondent: Saraswat Goswami

Share it on

Leave a Reply