যুঁজ লাগি মৃত্যু ঢেকীয়াপতিয়া আৰু এজনী গঁড়ৰ…

Guwahati/ 7th November’2017 (Prag News Desk): কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত ভয়ংকৰ ঘটনা,  যুঁজ লাগি মৃত্যু ঢেকীয়াপতিয়া আৰু এজনী গঁড়ৰ| নিশাই যুঁজ লাগি আহত হৈ পুৱালৈ মৃত্যু ঢেকীয়াপতিয়া-গঁড়জনীৰ

বাগৰি বনাঞ্চলৰ হাৰমতি শিবিৰৰ সমীপতে এই ঘটনা, কাজিৰঙাৰ ইতিহাসত প্ৰথমবাৰলৈ ঢেকীয়াপতিয়া-গঁড়ৰ যুঁজ|

Share it on

Leave a Reply