ডিব্ৰু চৈখোৱাত চোৰাংচিকাৰীসহ বন্দুক জব্দ…

Guwahati/ 8th November’2017 (Prag News Desk): ডিব্ৰু চৈখোৱাত চোৰাংচিকাৰীসহ বন্দুক জব্দ, ধলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰাংচিকাৰী নালিয়া মৰাণক| মৰাণৰ পৰা জব্দ এটা হস্তনিৰ্মিত বন্দুক, ডিব্ৰু চৈখোৱাত বন্যজন্তু হত্যাত জড়িত মৰাণ| ডুমডুমাৰ তামুলীগাঁৱত মাৰণাস্ত্ৰসহ জালত পৰে নালিয়া|

Share it on

Leave a Reply