‘দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব’

Guwahati/ 8th November’2017 (Prag News Desk): ‘দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব’|

‘দুৰ্নীতিৰ সৈতে আপোচ নকৰে চৰকাৰে’, ‘ধন দি চাকৰি লোৱা সকলো গ্ৰেপ্তাৰ হ’ব’|

বিবৃতিযোগে জনালে মুখ্যমন্ত্ৰী সোণোৱালে, ‘আত্মগোপন কৰি কোনো সাৰি যাব নোৱাৰিব’|

‘অন্যথা সামাজিক লজ্জাৰ মুখামুখি হ’ব লাগিব’,
আৰক্ষীৰ ভূমিকাক প্ৰশংসা মুখ্যমন্ত্ৰী সোণোৱালৰ|

Share it on

Leave a Reply