প্রখ্যাত হোমিঅ চিকিৎসক নৃপেন দত্তবৰুৱাৰ মৃত্যু…

Guwahati/ 8th November’2017 (Prag News Desk): প্রখ্যাত হোমিঅ চিকিৎসক নৃপেন দত্তবৰুৱাৰ মৃত্যু,

লয়ার্ছ বুক ষ্টলৰ প্রাক্তন স্বত্তাধিকাৰী নৃপেন দত্তবৰুৱা| মৃত্যুৰ সময়ত তেওঁৰ বয়স ৬৭ বছৰ হৈছিল|
দত্তবৰুৱা দিল্লীৰ ষ্টিফেন্স কলেজ ছাত্ৰ সন্হাৰ প্রথম অসমীয়া সভাপতি আছিল|প্রখ্যাত ফুটবল খেলুৱৈ দত্তবৰুৱা দিল্লী বিশ্ববিদ্যালয় দলৰ কেপ্তেইন আছিলৎূ| তেওঁ ভূপেন হাজৰিকাৰ জীৱন আধাৰিত Ancient Wings গ্রন্হ ইংৰাজীত লিখিছিল,

বুঢ়ী আইৰ সাধুৰ ইংৰাজী অনুবাদ Mothers Wise Tales গ্রন্হ লিখিছিল তেওঁ|

মৃত্যুৰ সময়ত তেওঁ পত্নী,১ পুত্ৰ,১কন্যা এৰি থৈ গৈছে|

Share it on

Leave a Reply