বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত বালি মাফিয়াৰ গুণ্ডাগিৰি

Guwahati/ 8th November’2017 (Prag News Desk): উত্তৰ গুৱাহাটীৰ চিলা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত বালি মাফিয়াৰ গুণ্ডাগিৰি|

বন বিষয়াই জব্দ কৰা অবৈধ বালিৰ ট্ৰাক দাবী-ধমক দি কাঢ়ি নিলে মাফিয়াই, মঙলবাৰে পুৱতি নিশা জব্দ কৰিছিল ট্ৰাককেইখন| ট্ৰাক কেইখনৰ নম্বৰ as-18 c-4271, as-18 c-3291, nl-01 n-2974| ছয়গাঁৱৰ পৰা চালান বিহীনভাৱে আনিছিল বালিখিনি|

ঘটনা সন্দৰ্ভত গোচৰ ৰুজু গৌৰীপুৰ আৰক্ষী চকীত|

Share it on

Leave a Reply