মহিলা-শিশুৰ গালৈ দুৰ্বৃত্তৰ এচিড নিক্ষেপ…

Guwahati/ 8th November’2017 (Prag News Desk): ৰাজ্যত পুনৰ এচিড আক্ৰমণৰ ঘটনা, মহিলা-শিশুৰ গালৈ দুৰ্বৃত্তৰ এচিড নিক্ষেপ| দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত এই ঘটনা|

ঘটনাত শিশুসহ আহত ৪| আহত নাৰ্জিমা খাতুন, ইকবাল হুছেইন, বুলবুল হুছেইন, হামিদা খাতুন|
আহত আটাইকে গৰৈমাৰী চিকিত্সালয়ত ভৰ্তি,ঘটনা সংঘটিত কৰি দুৰ্বৃত্তৰ পলায়ন|

Share it on

Leave a Reply