নুনমাটিত ধূলিৰ বৰষুণ

Guwahati/ 11th November’2017 (Prag News Desk): নুনমাটিত ধূলিৰ বৰষুণ। বৃহস্পতিবাৰৰ নিশাৰ বৰষুণৰ দৰে বৰখীছে ধূলি বালিৰ দৰে বিষাক্ত পদাৰ্থ । গ্লাছত পৰি ৰৈছে ধূলিৰ দৰে প্ৰদূষিত পদাৰ্থ জমা হৈ ৰৈছে। বিষাক্ত পদাৰ্থই সৃষ্টি কৰিছে শ্বাস প্ৰশাসত অসুবিধাৰো। অঞ্চলজুৰি আতংকিত সাধাৰণ ৰাইজ। বিগত সময়চোৱাত শোধনাগাৰৰ পৰা ওলোৱা বিষাক্ত গেছৰ ফলত মৃত্যু হৈছিল বহুকেইজনৰ।

Share it on

Leave a Reply