আত্মসমৰ্পণ কৰিলে নীলমণিসেন ডেকাৰ পুত্ৰই…

Guwahati/13th November’2017 (Prag News Desk): আত্মসমৰ্পণ কৰিলে নীলমণিসেন ডেকাৰ পুত্ৰই,

আৰক্ষীৰ বিশেষ শাখাত আত্মসমৰ্পণ ৰাজৰ্ষি সেন ডেকাৰ|

৭ দিন ধৰি আত্মগোপন কৰি আছিল ৰাজৰ্ষিয়ে,

মুছলপুৰৰ চক্ৰ বিষয়া হিচাৰে কৰ্মৰত আছিল ৰাজৰ্ষি|

জালিয়াতিৰে ACS বিষয়া হৈছিল নীলমণিৰ জ্যেষ্ঠ পুত্ৰই|

Share it on

Leave a Reply