আমগুৰিত দুটাকৈ বন্যহস্তীৰ মৃত্যু…

Guwahati/ 13th November’2017 (Prag News Desk): হস্তী-মানৱৰ সংঘাতৰ মাজতেই আমগুৰিত দুটাকৈ বন্যহস্তীৰ মৃত্যু| হালুৱাটিঙৰ টিপুক চাহ বাগিচাত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ|

মৃত হাতী দুজনীৰ এজনী গাভিনী আছিল,

বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হাতী দুজনীৰ, বিদ্যুত্ বিভাগৰ চূড়ান্ত অকমৰ্ণতাক ধিক্কাৰ ৰাইজৰ|

Share it on

Leave a Reply