আমগুৰিত দুটাকৈ বন্যহস্তীৰ মৃত্যু|

Guwahati/ 13th November’2017 (Prag News Desk): হস্তী-মানৱৰ সংঘাতৰ মাজতেই আমগুৰিত দুটাকৈ বন্যহস্তীৰ মৃত্যু|

হালোৱাটিঙৰ টিপুক চাহ বাগিচাত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ|

মৃত হাতী দুজনীৰ এজনী গাভিনী আছিল|

বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হাতী দুজনীৰ|

Share it on

Leave a Reply