গোৱালপাৰাত বৃহত্ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ…

Guwahati/ 13th November’2017 (Prag News Desk): গোৱালপাৰাত বৃহত্ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ|

অসম-মেঘালয় সীমান্তৰ গাৰোপাৰাত উদ্ধাৰ মাৰণাস্ত্ৰ|

বস্তাৰে মেৰিয়াই পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰণাস্ত্| উদ্ধাৰ ইনছাছ ৰাইফল ৩টা, পিষ্টল দুটা, মেগজিন ৩টা, এটা AK-47, ১৩ জাই সজীৱ গুলীও উদ্ধাৰ|

লগতে উদ্ধাৰ ৪০ ডাল ডিটেনেটৰ, ৩১ ডাল জিলেটিন, এই মাৰণাস্ত্ৰৰ সম্ভেদ দিছিল সেনা বাহিনীৰ এটা কুকুৰে|

 

Share it on

Leave a Reply