জৰাজীৰ্ণ দলঙৰ বাবে সোমাব নোৱাৰে 108…

Guwahati/ 13th November’2017 (Prag News Desk): চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই নাওবৈচা সমষ্টিবাসীক| নাই দলং, নাই যাতায়তৰ সুচল ব্যৱস্থা|

জৰাজীৰ্ণ বাঁহৰ দলঙৰ ওপৰেৰে ৰোগীক অনা-নিয়া,

জৰাজীৰ্ণ দলঙৰ বাবে সোমাব নোৱাৰে 108|

ঠেলাই একমাত্ৰ সম্বল পাচনৈবাসীৰ|

Share it on

Leave a Reply