পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু…

Guwahati/ 13th November’2017 (Prag News Desk): পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু,

নুমলীগড়ৰ বিজুলী চাহ বাগিচাত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ|

বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হোৱাৰ সন্দেহ হাতীটোৰ,

হাতীজনীৰ পোৱালী থকাৰ সন্দেহ|

চাকি-ধূপ জ্বলাই পূজা-অৰ্চনা ৰাইজৰ|

Share it on

Leave a Reply