বজালীৰ উষা মাৰ্কেটত বিধ্বংসী অগ্নিকাণ্ড…

Guwahati/ 13th November’2017 (Prag News Desk): বজালীৰ উষা মাৰ্কেটত বিধ্বংসী অগ্নিকাণ্ড|

১৩ খনকৈ দোকান অগ্নিত জাহ গ’ল|

কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ|

লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত,

এখন চাহ দোকানৰ পৰাই অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ|

Share it on

Leave a Reply