বিশেষ ন্যায়াধীশ আদালতৰ এই নিৰ্দেশ…

Guwahati/ 13th November’2017 (Prag News Desk): ৰাজৰ্ষি সেন ডেকাক ১৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ|

বিশেষ ন্যায়াধীশ আদালতৰ এই নিৰ্দেশ|

আজি আদালতত হাজিৰ কৰোৱা হৈছিল ৰাজৰ্ষি সেন ডেকাক,

৭ দিন ধৰি আত্মগোপন কৰি আছিল ৰাজৰ্ষিয়ে|

আজি কাহিলিপাৰা SBত আত্মসমৰ্পণ কৰে ৰাজৰ্ষিয়ে|

বৰ্তমানেও পলাতক আন ৩ অভিযুক্,

ৰুমী শইকীয়া, নিশামণি, ৰাজেশ গুপ্তা পলাতক|

Share it on

Leave a Reply