বৰপেটাৰ কাটাঝাৰত পথ দুৰ্ঘটনা…

Guwahati/ 13th November’2017 (Prag News Desk): বৰপেটাৰ কাটাঝাৰত পথ দুৰ্ঘটনা,

দুখন বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন, আহত দুজন|

আহত দুজনক GMCH লৈ প্ৰেৰণ,

নিহত সঞ্জয় কলিতা আহত আকিবুল হুছেইন, জেকিবুল হুছেইন|

Share it on

Leave a Reply