ৰাজ্যৰ দৰিদ্ৰ শিক্ষাৰ্থীলৈ সুখবৰ|

Guwahati/ 13th November’2017(Prag News Desk): ৰাজ্যৰ দৰিদ্ৰ শিক্ষাৰ্থীলৈ সুখবৰ|

মেট্ৰিকৰ দৰিদ্ৰ পৰীক্ষাৰ্থীলৈ ৰেহাই ঘোষণা|

১ লাখ টকাৰ কম আয়ৰ পৰিয়ালৰ শিক্ষাৰ্থীলৈ ৰেহাই ঘোষণা|

বিনামূলীয়া হ’ব মেট্ৰিকৰ নামভৰ্তিৰ মাচুল|

এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ|

পৰীক্ষাৰ্থীক সঠিক তথ্য দাখিলৰ আহ্বান হিমন্তৰ|

ভুল-ভ্ৰান্তি নথকালৈ ফৰ্ম পূৰাবলৈ আহ্বান শিক্ষামন্ত্ৰীৰ|

 

Share it on

Leave a Reply