Agile Hospital…

Guwahati/ 13th November’2017 (Prag News Desk): মহানগৰীৰ বেলতলাত স্থিত এজাইল হস্পিতালৰ বিৰুধ্বে মানব ডেকাই অনা অভিযোগ পোনতে নৈস্বাত কৰিছে হস্পিতাল কৰ্তৃপক্ষই । ৰোগী গৰাকীৰ দুটা অস্ত্ৰপ্ৰচাৰ হৈছিল গোলব্ৰাদাৰ আৰু ইউৰোলজি । ইউৰোলজি অস্ত্ৰপ্ৰচাৰত তেনেকুৱা  পাইপ ব্যবহ্যাৰ হয় যাৰ জৰিয়তে প্ৰস্বাৱ কৰাতৱসুবিধা  হয় । আনহাতে বেদব্ৰত পাঠকে সেই অস্ত্ৰপ্ৰচাৰ কৰা নাই । তেখেতে গোলব্ৰাদাৰ হে অস্ত্ৰপ্ৰচাৰ কৰিছিল । আনহাতে ৰোগী গৰাকীক দুঘন্টাৰ কাৰনে আহিবলৈ অনুৰোধ জনাই ।

Share it on

Leave a Reply