অভিযান চলালে অৰ্থনৈতিক দুৰ্নীতি নিবাৰক শাখা…

Guwahati/ 14th November’2017 (Prag News Desk): বাঘবৰৰ পশ্চিম মন্দিয়া সমবায় সমিতিত অভিযান,

অভিযান চলালে অৰ্থনৈতিক দুৰ্নীতি নিবাৰক শাখা, যোগান বিভাগে|

সমবায়ৰ সচিব ইলিছ আলীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ,

অভিযানকাৰী দলটোৱে সমিতিখনৰ নথি-পত্ৰ জব্দ কৰে|

Share it on

Leave a Reply