অসম, নাগালেণ্ড সীমা সমস্যাক লৈয়ো মন্তব্য কৰে ৰাজ্যপালে…

Guwahati/ 14th November’2017 (Prag News Desk):  ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ৰাজ্যপাল জগদীশ মুখী|

নামঘৰত এগচি বন্তি জ্বলাই ৰাজ্যৰ জন কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে,

অসম, নাগালেণ্ড সীমা সমস্যাক লৈয়ো মন্তব্য কৰে ৰাজ্যপালে|

দুয়োখন ৰাজ্যৰ সীমান্তবাসী পৰস্পৰ নিৰ্ভৰশীল বুলি কয় ৰাজ্যপালে|

 

Share it on

Leave a Reply