নতুন দিল্লীৰ ফৰিদাবাদত উদযাপন শিশু দিৱস…

Guwahati/ 14th November’2017 (Prag News Desk): নতুন দিল্লীৰ ফৰিদাবাদত উদযাপন শিশু দিৱস,

অসম এছ’চিয়েচনৰ উদ্যোগত উদযাপন শিশু দিৱস|

কণ কণ শিশুসকলে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে,

‘অ’ ফুল অ’ ফুল’ শীৰ্ষক কবিতাটো নাট্য ৰূপত পৰিৱেশন কৰে শিশুসকলে|

Share it on

Leave a Reply