বকোত ফুটবল প্ৰতিযোগিতা|

Guwahati/ 14th November’2017 (Prag News Desk): বকোত ফুটবল প্ৰতিযোগিতা|

চূড়ান্ত খেলখনত জয়ী পানটান স্পৰ্টিং দল,

টেপেছীয়া দলক ৫-১ গ’লত পৰাস্ত কৰে পানটান দলে|

খেল প্ৰত্যক্ষ কৰিবলৈ দৰ্শকৰ ভিৰ,

খেল উপভোগ প্ৰাক্তন বিধায়ক ডাঃ কমলা কলিতা, জ্যোতিপ্ৰসাদ দাসৰ|

Share it on

Leave a Reply