মহানগৰীৰ ভিন্ন স্থানৰ শিক্ষানুষ্ঠানত উদযাপন কৰা হ’ল শিশু দিৱস…

Guwahati/ 14th November’2017 (Prag News Desk): সমগ্ৰ দেশৰ লগতে মহানগৰীৰ ভিন্ন স্থানৰ শিক্ষানুষ্ঠানত উদযাপন কৰা হ’ল শিশু দিৱস। মহানগৰীৰ গীতানগৰত ‘স্পাৰ্ছ হাই’ নামৰ ব্যক্তিগত শিক্ষানুষ্ঠানত শিশু দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী। গীত-নৃত্য প্ৰদৰ্শনেৰে অভিভাৱক তথা শিক্ষক-শিক্ষয়িত্ৰীক আপ্লুত কৰে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে।

মহানগৰীৰ হাতীগাঁৱৰ চিলড্ৰেন ফাউণ্ডেচন পাব্লিক স্কুলত শিশু দিৱস উদযাপন। শিশু দিৱসৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচীৰ আয়োজন।

Share it on

Leave a Reply