মাদানীৰ বক্তব্যৰ সন্দৰ্ভত ডাঃ ভূমিধৰ বৰ্মনৰ প্ৰতিক্ৰিয়া…

Guwahati/ 14th November’2017 (Prag News Desk): মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ মন্তব্য,

‘শিশু খাদ্যৰ নামত ৰাজ্যত বিয়াগোম কেলেংকাৰি’|

‘ৰাজ্যত লুণ্ঠন হৈছে লাখ লাখ টকা’,

শিশু খাদ্য লুণ্ঠনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ হুংকাৰ|

NRC সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰী সোণোৱালৰ,

‘NRCত বিধি-পথালি দিয়াসকল অসমৰ জাতীয় শত্ৰু’|

‘ৰাজ্যত অপশক্তিয়ে মূৰ দাঙি উঠিব নোৱাৰে’,

শেহতীয়া আতংক ব্লু হোৱেল গেমৰ প্ৰসংগত মুখ্যমন্ত্ৰী|

‘অভিভাৱকে নিজৰ শিশুক বিশেষ নজৰ দিব লাগে’|

Share it on

Leave a Reply