লখিমপুৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ…

Guwahati/ 14th November’2017 (Prag News Desk): লখিমপুৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ|

NRCক লৈ মাদানিয়ে কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ|

মাদানিৰ পুত্তলিকা দাহ কৰিলে প্ৰতিবাদকাৰীসকলে,

এনে সাম্প্ৰদায়িক মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকীয়নি|

অন্যথা হাতত হেংদাং লৈ জংগী আন্দোলনৰ হুংকাৰ|

Share it on

Leave a Reply