আৰ্ছাদ মাদানিৰ মন্তব্যক লৈ উত্তাল ৰাজ্য…

Guwahati/ 15th November’2017 (Prag News Desk): আৰ্ছাদ মাদানিৰ মন্তব্যক লৈ উত্তাল ৰাজ্য,

জাতীয় ঐক্যমঞ্চৰ প্ৰত্যাহ্বান মাদানিক|

নগাঁৱত প্ৰতিক্ৰিয়া ব্যক্ত মুছলিম যুৱ ছাত্ৰ পৰিষদৰ|

মঙলদৈত মাদানিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ আহ্বান ৰাইজৰ|

 

আৰ্ছাদ মাদানিৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ দল-সংগঠন|
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিক্ৰিয়া…‘সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই নিদিব…অসম শংকৰ আজানৰ দেশ|’

Share it on

Leave a Reply