কণীৰ মূল্যবৃদ্ধিয়ে অথন্তৰ মাতিলে নগৰবেৰালৈ…

Guwahati/ 15th November’2017 (Prag News Desk): কণীৰ মূল্যবৃদ্ধিয়ে অথন্তৰ মাতিলে নগৰবেৰালৈ,

অমলেটৰ মূল্যবৃদ্ধিক কেন্দ্ৰ কৰি ক্ৰেতা-বিক্ৰেতাৰ মাজত মাৰপিট|

সাধাৰণ অমলেট এটাৰ বাবে হোৱা মাৰপিটত আহত কেইবাজনো,

গ্ৰাহকে লণ্ডভণ্ড কৰিলে দোকানৰ আচবাব|

Share it on

Leave a Reply