দুৰ্বৃত্তৰূপী মণ্টু শৰ্মা বৰমা আৰক্ষীৰ জালত…

Guwahati/ 15th November’2017 (Prag News Desk): বাক্সাৰ পলুকাটাত দিব্যাংগ কিশোৰীক শাৰীৰিক নিৰ্যাতন,

ভণ্ড প্ৰেমিক মণ্টু শৰ্মাই বন্ধ কোঠাত প্ৰচণ্ড প্ৰহাৰ কৰিলে কিশোৰীক|

মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হোৱা কিশোৰীক চিকিত্সালয়ত ভৰ্তি,

দুৰ্বৃত্তৰূপী মণ্টু শৰ্মা বৰমা আৰক্ষীৰ জালত|

Share it on

Leave a Reply