নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস…

Guwahati/15th November’2017 (Prag News Desk): নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। উপস্থিত বিধায়ক অশোক শৰ্মা, নাৰায়ণ ডেকা। বিশ্ববিদ্যালয়ৰ মানদণ্ড আৰু অধিক উন্নত কৰাৰ বাবে সকলো পৰ্যায়ৰ সা-সুবিধা প্ৰদানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। ইপিনে বৰপেটা জিলা পুথিভঁৰালত অসমৰ প্ৰদত্ত শ্ৰীশ্ৰীমথুৰা দাস বুঢ়া আতা বঁটা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষীনন্দন বৰাক সত্ৰভূষণ উপাধি প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকে।

 

Share it on

Leave a Reply