লখিমপুৰৰ ৰঙানদীৰ পাৰত প্ৰতিবাদ…

Guwahati/ 15th November’2017 (Prag News Desk): লখিমপুৰৰ ৰঙানদীৰ পাৰত প্ৰতিবাদ,

অসমীয়া যুৱ মঞ্চৰ উদ্যোগত স্থানীয় ৰাইজৰ প্ৰতিবাদ|

ৰঙানদীৰ ছিগা অংশ তত্কালে নিৰ্মাণৰ দাবী,

বিধায়ক উত্পল দত্ত, প্ৰদান বৰুৱা, কেশৱ মহন্তৰ প্ৰতিকৃতি দাহ|

Share it on

Leave a Reply