শীঘ্ৰেই দলং পুনৰ নিৰ্মাণৰ দাবী…

Guwahati/ 15th November’2017 (Prag News Desk): বোকাজানৰ দেওপানী অঞ্চলত এখন জৰাজীৰ্ণ দলং,

জীয়াতু ভোগাইছে ২৫ খন গাঁৱত ৰাইজক|

গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষ, জনপ্ৰতিনিধিৰ,

শীঘ্ৰেই দলং পুনৰ নিৰ্মাণৰ দাবী|

Share it on

Leave a Reply