সংকটৰ গৰাহত ৰাজ্যৰ দ্বিতীয়খন অন্ধ শিশু বিদ্যালয়…

Guwahati/ 15th November’2017 (Prag News Desk): সংকটৰ গৰাহত ৰাজ্যৰ দ্বিতীয়খন অন্ধ শিশু বিদ্যালয়,

লঘোণে-ভোকে শিক্ষাগ্ৰহণ বিহপুৰীয়াত থকা বিদ্যালয়খনৰ দিব্যাংগ শিক্ষাৰ্থীৰ|

শিক্ষাৰ্থীক আহাৰ যোগান ধৰিবলৈ ধন নাই কৰ্তৃপক্ষৰ হাতত,

সমাজ কল্যাণৰ পৰা দিয়া সামান্য ধনেৰে নোজোৰে কৰ্তৃপক্ষক|

বিহপুৰীয়াৰ একাংশ লোকৰ সহায়ত কোনোমতে চলিছে বিদ্যালয়খন,

ৰাইজৰ পৰা সহায় বিচাৰিছে প্ৰধান শিক্ষক দিগন্ত হাজৰিকাই|

বিদ্যালয়খনক আৰ্থিক সাহায্য দিবলৈ চৰকাৰক আহ্বান স্থানীয় ৰাইজৰ|

Share it on

Leave a Reply