গোৰেশ্বৰৰ কাউৰবাহাত বাল্যবিবাহৰ ঘটনা|

Guwahati/ 6th December’2017(Prag News Desk):গোৰেশ্বৰৰ কাউৰবাহাত বাল্যবিবাহৰ ঘটনা|

আৰক্ষীৰ তত্পৰতাত বন্ধ হ’ব বিবাহখন|

মতিন আলী নামৰ যুৱকজনে বিয়া কৰাব বিচাৰিছিল ১৬ বছৰীয়া কিশোৰীক|

কিশোৰীগৰাকীৰ পিতৃৰ এজাহাৰত আটক মতিন আলী|

Share it on

Leave a Reply