গোৱালপাৰা CJM আদালতত হাজিৰ অখিল গগৈ|

Guwahati/ 24th December’2017 (Prag News Desk): গোৱালপাৰা CJM আদালতত হাজিৰ অখিল গগৈ| দুধনৈৰ এক গোচৰ সংক্ৰান্তত অখিলক গ্ৰেপ্তাৰ কৰিছিল গোৱালপাৰা আৰক্ষীয়ে| শনিবাৰে ডিব্ৰুগড়ৰ পৰা গোৱালপাৰালৈ অনা হয় কৃষক নেতাগৰাকীক|

Read more

ৰাষ্ট্রীয় কিক বক্সিঙলৈ সাজু অসম…

Guwahati/ 24th December’2017 (Prag News Desk):ৰাষ্ট্রীয় কিক বক্সিঙলৈ সাজু অসমৰ এটি ৩২ জনীয়া দল| গহপুৰৰ ধোপাবৰত অনুশীলনত ব্ৰতি দলটো| ২৭ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ পাটনাত অনুষ্ঠিত প্ৰতিযোগিতাখন| প্ৰতিযোগিতাত অংশ লোৱা দলটোক কোনো সহায় সহযোগ আগবঢ়োৱা নাই চৰকাৰে| নিজাববীয়া প্ৰচেষ্টাৰ প্ৰতিযোগিতাত অংশ ল’ব দলটোৱে|

Read more

‘মই দলৰ সভাপতি নহয়, মোৰ মন্তব্য সদায় ব্যক্তিগত’: তৰুণ গগৈ

Guwahati/ 24th December’2017 (Prag News Desk): হিন্দু বাংলাদেশীক লৈ অগপ-বিজেপিৰ স্থিতিক নাটক আখ্যা তৰুণ গগৈৰ| ‘নাটকৰ মূল অভিনেতা মোদী, সৰ্বানন্দ’| ‘অস্কাৰ পাব লাগে নাটখনে’| ‘মোদী, সৰ্বানন্দই নটসূৰ্য বঁটা পাব লাগে’| গগৈৰ মন্তব্যক ব্যক্তিগত বুলি এপিচিচিয়ে কৰা দাবীৰো প্ৰতিক্ৰিয়া গগৈৰ| ‘মই দলৰ সভাপতি নহয়, মোৰ মন্তব্য সদায় ব্যক্তিগত’| ‘মোৰ বিৰুদ্ধে কংগ্ৰেছত এটা চক্ৰ আছে’|

Read more

মাঘ বিহুৰ বাবে ৰাজ্যত প্ৰস্তুতি চলিছে|

Guwahati/ 24th December’2017 (Prag News Desk): মাঘ বিহুৰ বাবে ৰাজ্যত প্ৰস্তুতি চলিছে| নলবাৰী জিলাৰ দৌলাশাল গাঁৱৰ ৰাইজ ওলাই আহিছে পথাৰত| নৰা কাটি ভেলাঘৰ সজাৰ প্ৰস্তুতি বৰক্ষেত্ৰী যুৱকসকলৰ| গঁড় হত্যা ৰোধ কৰাৰ আৰ্হিৰে নিৰ্মাণ কৰিব ভেলাঘৰ| ভোগালী বিহুটিক আদৰিবলৈ দৌলাশাল গাঁৱৰ ৰাইজৰ প্ৰস্তুতি|  

Read more

 কলিয়াবৰত মইনা পাৰিজাতৰ সমাৰোহ|

Guwahati/ 24th December’2017 (Prag News Desk): কলিয়াবৰত মইনা পাৰিজাতৰ সমাৰোহ| ২৬ ডিচেম্বৰৰ পৰা চাৰিদিনীয়াকৈ হ’ব এই শিশু সমাৰোহ| সমাৰোহৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আদৰণি সমিতিয়ে| শিশুসকলৰ মাজত অনুষ্ঠিত হ’ব বিভিন্ন প্ৰতিযোগিতা| অংশ ল’ব প্ৰায় ৩ হাজাৰ মইনাই| সমাৰোহত মুখ্যমন্ত্ৰীৰো অংশগ্ৰহণৰ সম্ভাৱনা| শিশু সমাৰোহ উদ্বোধন কৰিব যশস্বী অভিনেত্ৰী চেতনা দাসে|  

Read more

যোৰাবাটত কৃষক মুক্তিৰ ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি ধৰ্ণা প্ৰদৰ্শন|

Guwahati/ 24th December’2017 (Prag News Desk):কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত| যোৰাবাটত কৃষক মুক্তিৰ ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি ধৰ্ণা প্ৰদৰ্শন| অখিলক বিনাচৰ্তে মুকলি কৰাৰ দাবী| NSAত মুক্ত অখিলক আন এটা গোচৰত আটক কৰিছে গোৱালপাৰা আৰক্ষীয়ে| শনিবাৰে ডিব্ৰুগড়ৰ পৰা অখিলক অনা হৈছে গোৱালপাৰালৈ|  

Read more

CJM আদালতত হাজিৰ কৰোৱা হ’ব অখিল গগৈক|

Guwahati/ 24th December’2017 (Prag News Desk): আজি গোৱালপাৰা CJM আদালতত হাজিৰ কৰোৱা হ’ব অখিল গগৈক| দুধনৈৰ এক গোচৰ সংক্ৰান্তত অখিলক গ্ৰেপ্তাৰ কৰিছিল গোৱালপাৰা আৰক্ষীয়ে| শনিবাৰে ডিব্ৰুগড়ৰ পৰা গোৱালপাৰালৈ অনা হয় কৃষক নেতাগৰাকীক|  

Read more

বিশিষ্ট মহিলা সুবৰ্ণবালা দেৱীৰ দেহাৱসান|

Guwahati/ 24th December’2017 (Prag News Desk): বিশিষ্ট মহিলা সুবৰ্ণবালা দেৱীৰ দেহাৱসান| বাৰ্ধক্যজনিত কাৰণত মৃত্যু সুবৰ্ণবালা দেৱীৰ| গোলাঘাট সাহিত্য সভাকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত| মৃত্যুৰ সময়ত সুবৰ্ণবালা দেৱীৰ বয়স আছিল ৯৭ বছৰ|  

Read more

অসম সন্তান বীৰ ৰাধা চেৰপালৈ আন এক সন্মান|

Guwahati/ 24th December’2017 (Prag News Desk): অসম সন্তান বীৰ ৰাধা চেৰপালৈ আন এক সন্মান| ষ্টাৰ প্লাছত ৰিয়েলিটী শ্ব’ত ডান্স চেম্পিয়নৰ খিতাপ বীৰ ৰাধালৈ| দলীয় শাখাত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন| চেলেঞ্জাৰ দলক পৰাস্ত কৰি জয়ী হয় চেম্পিয়ন দল| চেম্পিয়ন দলতেই আছিল অসম সন্তান বীৰ ৰাধা চেৰপা| ডান্স প্লাছ থ্ৰীৰ খিতাপো লাভ কৰিছিল বীৰ ৰাধাই|  

Read more

সোণাৰিৰ এক্সিছ বেংকত অগ্নিকাণ্ড|

Guwahati/ 24th December’2017 (Prag News Desk): সোণাৰিৰ এক্সিছ বেংকত অগ্নিকাণ্ড| কথমপি ৰক্ষা বেংকৰ কম্পিউটাৰ, নথি-পত্ৰ, আচবাব| বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে এই অগ্নিকাণ্ড| অগ্নিনিৰ্বাপক বাহিনীৰ তত্পৰতাত জুই নিৰ্বাপণ| AC ছাৰ্ভাৰ কক্ষৰ সমূহ যন্ত্ৰ বিকল হৈ পৰে|  

Read more
1 2 3 4 5 136