ICSI OFFICE

Guwahati/ 15th January’2018 (Prag News Desk):সোমবাৰে নবীন নগৰত ভাৰতৰ কম্পে চেক্ৰেটেৰিয়েটৰ উত্তৰ পূৰ্বাঞ্চল শাখাৰ নৱনিৰ্মিত কাৰ্যাসয়ৰ শুভ উদ্ধোধন কৰা হয়। উদ্ধোধন কৰে সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী নৱ দলে। এই উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে আি চি এচ আইৰ সভাপতি তথা চি এচ ডঃ শ্যাম আগৰৱাল, CS এচ কে আগৰৱাল, CS সিদ্ধাৰ্থ মুৰাৰকা। উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেএইবছৰ ICICIয়ে মুকলি কৰিছে এক নতুন আঁচনি

Read more

Gold seized in Mirza

Guwahati/ 15th January’2018 (Prag News Desk): গুৱাহাটী বিমান বন্দৰত জব্দ বৃহত্ পৰিমাণৰ চোৰাং সোণ| এইবাৰ মলদ্বাৰৰ ভিতৰত সোণ সৰবৰাহৰ চেষ্টা| আটক বহিঃৰাজ্যৰ দুজন যাত্ৰী| যাত্ৰী দুজন জাফাৰ খান, সন্তোষ ছাৱাৰকাৰ| এতিয়াও এজন যাত্ৰীৰ মলদ্বাৰৰ পৰা সোণ উলিয়াবলৈ সক্ষম হোৱা নাই|  

Read more

KAMPUR TRUCK SEIZED

Guwahati/ 15th January’2018 (Prag News Desk): নগাঁৱৰ কঠিয়াতলীত অবৈধ বালি কঢ়িওৱা ট্ৰাক জব্দ| ৩ খনকৈ ট্ৰাকত অবৈধভাৱে কঢ়িয়াইছিল শিল-বালি| কাফিতলী পাহাৰৰ পৰা কঠিয়াতলী অভিমুখী আছিল ট্ৰাকখন| গাড়ী জব্দ কৰাত অবৈধ বালিৰ ব্যৱসায়ী জিতু লস্কৰৰ গুণ্ডামী| বনবিভাগৰ বিষয়া-কৰ্মচাৰীক অভব্য আচৰণ লস্কৰৰ|  

Read more

সাৰদা কেলেংকাৰিৰ গোচৰত বিশেষ আদালতত হাজিৰ দেৱজানী মুখাৰ্জীক|

Guwahati/ 13th January’2018 (Prag News Desk): সাৰদা কেলেংকাৰিৰ গোচৰত বিশেষ আদালতত হাজিৰ দেৱজানী মুখাৰ্জীক| দেৱজানীক ন্যায়িক জিম্মালৈ প্ৰেৰণ বিশেষ আদালতৰ| ২৫ জানুৱাৰীত পুনৰ আদালতত হাজিৰ কৰাৰ নিৰ্দেশ| একেদিনাই সুদীপ্ত সেনকো হাজিৰ কৰাৰ নিৰ্দেশ|

Read more

প্ৰেছ ক্লাবত প্ৰফেচনেল ডেভলেপমেণ্ট একাডেমীয়ে সংবাদমেলৰ আয়োজন কৰে…

Guwahati/ 13th January’2018 (Prag News Desk):শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবত প্ৰফেচনেল ডেভলেপমেণ্ট একাডেমীয়ে সংবাদমেলৰ আয়োজন কৰে। নাৰী শক্তিক কেনেদৰে স্বাৱলম্বী কৰি পাৰি তাক লৈ আলোচনা হয় এই সংবাদমেলত। সংবাদমেলত উপস্থিত থকা জেনেৰেল মেনেজাৰ প্ৰৱণ বৰা, মীনাক্ষী দেৱীকে ধৰি বিশিষ্ট ব্যক্তি।

Read more

জোনাইত চোৰাং কাঠৰ ৰমৰমীয়া বেহা|

Guwahati/ 13th January’2018 (Prag News Desk): জোনাইত চোৰাং কাঠৰ ৰমৰমীয়া বেহা| ধেমাজি বন সংমণ্ডলৰ নাকৰ তলতে চলিছে চালানবিহীন মূল্যৱান কাঠৰ বেহা| শ্বিলঙৰ SIT ব’ৰ্ডে যোগান ধৰে অৰুণাচলক TP আৰু চালান| অৰুণাচলৰ বিভিন্ন কাঠ মিলত কটা হয় চোৰাংকৈ অনা কুণ্ডা|  

Read more

দক্ষিণ শালমাৰাত খৰুৱাবন্ধাত উত্তপ্ত পৰিস্থিতি|

Guwahati/ 13th January’2018 (Prag News Desk):দক্ষিণ শালমাৰাত খৰুৱাবন্ধাত উত্তপ্ত পৰিস্থিতি| গড়কাপ্তানী পথৰ নিম্নমানৰ কামত ক্ষুব্ধ ৰাইজ| পথ নিৰ্মাণ কাৰ্য বন্ধ কৰিলে স্থানীয় ৰাইজে| ২ ঘন্টা ধৰি বন্ধ হাটশিঙিমাৰী-মানকাছৰ পথ| বন্ধৰ ফলত তীব্ৰ যানযট|  

Read more

দৰিদ্ৰ মেধাবী ছাত্ৰ-ছাত্ৰীক ছাত্ৰ বৃত্তি প্ৰদান NHPCৰ|

Guwahati/ 12th January’2018 (Prag News Desk):দৰিদ্ৰ মেধাবী ছাত্ৰ-ছাত্ৰীক ছাত্ৰ বৃত্তি প্ৰদান NHPCৰ| গেৰুকামুখস্থিত কাৰ্যালয়ত অনুষ্ঠিত অভিনন্দন অনুষ্ঠান| ২০১৫ চনৰ ৩৭ আৰু ২০১৬ চনৰ ৩৪ গৰাকী শিক্ষাৰ্থীলৈ বৃত্তি| অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা| NHPCৰ কৰ্তৃপক্ষক ধন্যাবাদ জনায় বৃত্তি পাবলৈ সক্ষম হোৱা শিক্ষাৰ্থীয়ে|

Read more

বজালীৰ ভৱানীপুৰত সুলভ মূল্যত ব্ৰয়লাৰ মাংস|

Guwahati/ 12th January’2018 (Prag News Desk): বজালীৰ ভৱানীপুৰত সুলভ মূল্যত ব্ৰয়লাৰ মাংস| প্ৰতি কিলো কটা ব্ৰয়লাৰ মাংসৰ দৰ ১২০ টকা| আন প্ৰান্তত ২০০-২২০ টকা দৰত বিক্ৰী কটা ব্ৰয়লাৰ মাংস| কম দামত ব্ৰয়লাৰ মাংস কিনিবলৈ বিভিন্ন স্থানৰ গ্ৰাহকৰ ভিৰ| ভোগালীৰ বতৰত ভিৰ বাঢ়িছে গ্ৰাহকৰ|  

Read more

লাকুৱাৰ পথালিগড়ত কেইবাটাও সংগঠনৰ পথ অৱৰোধ…

Guwahati/ 9th January’2018(Prag News Desk): লাকুৱাৰ পথালিগড়ত কেইবাটাও সংগঠনৰ পথ অৱৰোধ| ONGCৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ| আহোম গণমঞ্চ, AJYCP, আটাছু, আটছাৰ বিক্ষোভ| ৪৮ ঘণ্টাৰ বাবে ONGCৰ বিৰুদ্ধে অৱৰোধ কাৰ্যসূচী| ব্যাহত হৈ পৰিছে ONGCৰ বাহনৰ যাতায়াত| লাকুৱা-ৰাজগড় পথ পুনৰ নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ|  

Read more
1 2 3 15