মহানগৰীৰ বিভিন্ন প্ৰান্তত বিক্ৰীকৰ বিভাগৰ অভিযান…

Guwahati/ 9th January’2018 (Prag News Desk): মহানগৰীৰ বিভিন্ন প্ৰান্তত বিক্ৰীকৰ বিভাগৰ অভিযান| GST হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অভিযান বিক্ৰীকৰ বিভাগৰ| মহানগৰীৰ আঠগাঁও, চাইকেল ফেক্টৰী, লখৰা আৰু বেলতলাত অভিযান GST শাখাৰ| চাৰি পৃথক দলে একেসময়তে চলালে অভিযান| বিসংগতিপূৰ্ণ গুদামৰ নথি-পত্ৰ জব্দ বিক্ৰী বিভাগৰ|

Read more

ভাৰতৰ ম’ষ্ট ৱাণ্টেড হাফিজ ছৈয়দ পাকিস্তানত পোষ্টাৰ বয়|

Guwahati/ 9th January’2018 (Prag News Desk): ভাৰতৰ ম’ষ্ট ৱাণ্টেড হাফিজ ছৈয়দ পাকিস্তানত পোষ্টাৰ বয়| পাকিস্তানৰ উৰ্দু কাকতত হাফিজ ছৈয়দৰ কেলেণ্ডাৰ| জামাত-ঊদ-দাৱাৰ মুৰব্বী হাফিজ মুম্বাই কাণ্ডৰ সৈতে জড়িত| কাকতত হাফিজক হিৰ’ সজোৱাক লৈ বিতৰ্ক|

Read more

গুৱাহাটীত ৰে’ল আৰক্ষীৰ অভিযান|

Guwahati/ 9th January’2018 (Prag News Desk):গুৱাহাটীত ৰে’ল আৰক্ষীৰ অভিযান| জব্দ বৃহত্ পৰিমাণৰ ড্ৰাগ্ছ| ৪ কেজি ড্ৰাগ্ছসহ আটক এজন| ধৃত লোকজন আবুতাহেৰ শ্বেখ| নামনিমুৱা চেন্নাই এক্সপ্ৰেছৰে ডিমাপুৰৰ পৰা আনিছিল ড্ৰাগ্ছখিনি|  

Read more

বিটিএডিৰ গ্ৰামাঞ্চলত বিধ্বস্ত ৰাজপথ|

Guwahati/ 8th January’2018 (Prag News Desk): বিটিএডিৰ গ্ৰামাঞ্চলত বিধ্বস্ত ৰাজপথ| ভেৰভেৰা-ধমধমা সংযোগী পথৰ জৰাজীৰ্ণ ৰূপ| ২০১৩ৰ বানপানীত বিচ্ছিন্ন হৈ পৰিছিল পথটো| পথটো আজিলৈ মেৰামেতি নকৰিলে বিটিএডি প্ৰশাসনে| যাতায়তৰ নামত নৰক যন্ত্ৰণা ৰাইজৰ| শীঘ্ৰে পথটো মোৰামেতি কৰাৰ দাবী বিটিএডি প্ৰশাসনৰ|  

Read more

 গোলকগঞ্জৰ ছাগলীয়াত অবৈধ সুৰা কঢ়িওৱা ট্ৰাক জব্দ|

Guwahati/ 8th January’2018 (Prag News Desk): গোলকগঞ্জৰ ছাগলীয়াত অবৈধ সুৰা কঢ়িওৱা ট্ৰাক জব্দ| অৰুণাচলৰ সুৰা কঢ়িয়াই আনিছিল ট্ৰাকখনত| অৰুণাচলৰ পৰা পশ্চিমবংগ অভিমুখে গৈ আছিল ট্ৰাকখন| ছাগলীয়া আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন| ট্ৰাকখনৰ নম্বৰ UP-81 AF-6538| লগতে আটক চালক আৰু হেণ্ডিমেনকো|    

Read more

ইণ্ডিয়ান বেংকৰ ৰূপহীহাটৰ হাতীপুখুৰী শাখাত নিশা চাঞ্চল্যকৰ চুৰিকাণ্ড|

Guwahati/ 8th January’2018 (Prag News Desk):ইণ্ডিয়ান বেংকৰ ৰূপহীহাটৰ হাতীপুখুৰী শাখাত নিশা চাঞ্চল্যকৰ চুৰিকাণ্ড| খিৰিকি ভাঙি বাতৰি কাকতেৰে CC TV ঢাকি বেংকত প্ৰৱেশ চোৰৰ দলৰ| কম্পিউটাৰ, CC TVৰ হাৰ্ডডিক্স আৰু নিৰাপত্তাৰক্ষীৰ বন্দুক লুটিলে চোৰে| দুটাকে লকাৰ ভাঙিলেও নিবলৈ সক্ষম নহ’ল গ্ৰাহকৰ জমাধন| ৰহস্যজনকভাৱে ঘটনা সন্দৰ্ভত মুখ খোলা নাই বেংক কৰ্তৃপক্ষই| বেংক ডকাইটি সন্দৰ্ভত তদন্ত আৰম্ভ ৰূপহীহাট আৰক্ষীৰ|  

Read more

গুৱাহাটীত বিক্ৰীকৰ বিভাগৰ বৃহত্ অভিযান|

Guwahati/ 8th January’2018 (Prag News Desk): গুৱাহাটীত বিক্ৰীকৰ বিভাগৰ বৃহত্ অভিযান| বিভিন্ন প্ৰতিষ্ঠানত কৰ ফাকি সন্দৰ্ভত তালাচী| ফাঁচী বজাৰ, আঠগাঁও, ৰাষ্ট্রীয় ঘাইপথৰ সমীপত অভিযান| কেইবাটাও দলত ভাগ হৈ বিভাগে চলাইছে অভিযান| বৃহত্ পৰিমাণৰ কৰ ফাকিৰ ঘটনা পোহৰলৈ আহিছে এই অভিযানত|  

Read more

চৰাইদেউৰ পথালিগড়ত লাকুৱা-ৰাজগড় পথ অৱৰোধ|

Guwahati/ 8th January’2018 (Prag News Desk): চৰাইদেউৰ পথালিগড়ত লাকুৱা-ৰাজগড় পথ অৱৰোধ| অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ| সহযোগ আহোম জাতীয় গণমঞ্চৰ| পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ পথ অৱৰোধ| ঐতিহাসিক পথটোৰ মেৰামতি, সংৰক্ষণৰ দাবী| ONGC, ‍BCPL, কেইবাখনো ডাঙৰ চাহ বাগিচালৈ যাতায়াতৰ পথ এইটো| পথটোৰ উন্নয়নত কাণষাৰ নিদিয়ে প্ৰতিষ্ঠানসমূহে|  

Read more

কামপুৰ বনবিভাগৰ অভিযানত জব্দ ৪ খনকৈ বালি কঢ়িওৱা ট্ৰাক|

Guwahati/ 5th January’2018 (Prag News Desk): কামপুৰ বনবিভাগৰ অভিযানত জব্দ ৪ খনকৈ বালি কঢ়িওৱা ট্ৰাক| বৰপানী নদীৰ বালিমহলৰ পৰা বালি কঢ়িয়াইছিল ট্ৰাককেইখনে| দীৰ্ঘ দিনৰ পৰা চালানবিহীন ভাৱে সৰবৰাহ কৰিছিল বালি| ট্ৰাক কেইখনৰ নম্বৰ AS-23 AC-1891, AS-21 C-1256| AS-01 EC-0305 আৰু AS-01 B-7881|  

Read more
1 2 3 4 15