একেনিশাই ৩টা পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড|

Guwahati/ 16th December’2017 (Prag News Desk): ওদালগুৰি-বাক্সাৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ তাণ্ডৱ| একেনিশাই ৩টা পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড| দীৰ্ঘদিনে টোপনি হৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ| বনবিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ ক্ষোভিত ৰাইজৰ|  

Read more

সমগ্ৰ অসমতে অহা ১৭ ফেব্ৰুৱাৰীৰপৰা অনুষ্ঠিত হব হাইস্কুল শেষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষা৷

Guwahati/ 15th December’2017 (Prag News Desk):সমগ্ৰ অসমতে অহা ১৭ ফেব্ৰুৱাৰীৰপৰা অনুষ্ঠিত হব হাইস্কুল শেষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষা৷ যিমানেই পৰীক্ষাৰ দিন চমু চাপি আহিছে সিমানেই চিন্তান্বিত হৈ পৰিছে ৰঙিয়া মহকুমাৰ অগ্ৰনী শিক্ষানুষ্ঠান পীতাম্বৰ আদৰ্শ হাইস্কুলৰ সংস্কৃত বিষয়ৰ পৰিক্ষাৰ্থীসকল৷ কাৰন পীতাম্বৰ আদৰ্শ হাইস্কুলৰ সংস্কৃত শিক্ষকৰ পদটো দীৰ্ঘদিন ধৰি খালী হৈ আছে৷ উল্লেখযোগ্য যে ৰঙিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত পীতাম্বৰ হাটবজালী গাৱত অৱস্থিত পীতাম্বৰ

Read more

মধ্যপ্ৰদেশৰ পাছত এইবাৰ নাবালিকা ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ ৰাজস্থান|

Guwahati/ 15th December’2017 (Prag News Desk):মধ্যপ্ৰদেশৰ পাছত এইবাৰ নাবালিকা ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ ৰাজস্থান| ১২ বছৰতকৈ কম বয়সৰ কন্যা ধৰ্ষণকাৰীক ফাঁচীৰ পোষকতা ৰাজস্থানৰ| ইতিমধ্যে নতুন আইনৰ খচৰাৰ প্ৰস্তুত কৰিছে বসুন্ধৰা ৰাজে চৰকাৰে| নাবালিকা ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ দেশৰ দ্বিতীয়খন বিজেপি চৰকাৰ|  

Read more

বিভিন্ন পক্ষৰ সমালোচনাৰ পিছত গা লৰিল বনবিভাগৰ|

Guwahati/ 14th December’2017 (Prag News Desk): বিভিন্ন পক্ষৰ সমালোচনাৰ পিছত গা লৰিল বনবিভাগৰ| চামগুৰিত বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ তত্পৰতা| বুঢ়াচাপৰিৰ পৰা আনিলে দুটাকৈ বিভাগীয় হাতী| শিঙিয়া ভকতগাঁৱত হাতী খেদা অভিযান| ৩ ঘণ্টা জোৰা চেষ্টাৰ অন্তত খেদিলে বন্যহস্তী|  

Read more

মাজুলীত বৰলুইতৰ বুকুত আবদ্ধ ফেৰী|

Guwahati/ 14th December’2017 (Prag News Desk): মাজুলীত বৰলুইতৰ বুকুত আবদ্ধ ফেৰী| ঘন কুঁৱলীৰ বাবে নদীৰ মাজত আবদ্ধ ফেৰীখন| মাজুলীৰ আফলাৰ পৰা নিমাতীঘাট অভিমুখী আছিল ফেৰীখন| ফেৰীখনত আছে ১৪৩ যাত্ৰীসহ বহু যানবাহন|  

Read more

লংকাৰ দক্ষিণ জোৰাপুখুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ|

Guwahati/ 14th December’2017 (Prag News Desk): লংকাৰ দক্ষিণ জোৰাপুখুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ| ৭০টাতকৈ অধিক বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাস| খেতিপথাৰ নষ্ট কৰাৰ লগতে লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ| হাতীৰ সন্ত্ৰাসত শংকিত গাঁওবাসী|

Read more

বৰলুইতৰ ঘোলাপানীক লৈ শংকা অব্যাহত|

Guwahati/ 14th December’2017 (Prag News Desk): বৰলুইতৰ ঘোলাপানীক লৈ শংকা অব্যাহত| ঢকুৱাখনাৰ টেকেলীফুটা, মদাৰজুৰিত হাহাকাৰ অৱস্থা| খোৱাপানী বিচাৰি ৰাইজৰ হাবাথুৰি| ব্ৰহ্মপুত্ৰৰ পানী খাই মৃত্যু বহু পশুধনৰ| মাছমৰীয়া ৰাইজৰো উপাৰ্জনৰ বাট বন্ধ হোৱাৰ উপক্ৰম| বৰলুইতৰ পানী পৰিষ্কাৰ কৰাৰ দাবী ৰাইজৰ|

Read more

Fashion designer Manish Arora turns Mansion into a Piece of Art…

Guwahati/14th December’2017 (Prag News Desk): Jindal Mansion based in Mumbai has been taken over by famous Delhi based fashion designer Manish Arora titled, All We Need Is Love. In a world filled with bitterness, hatred and chaos, positive messaging and imagery are quiet indispensable. The installation’s main aim is to evoke sentiments like love and warmth and encourage people to stop by

Read more

এতিয়া বনভোজৰ বতৰ|

Guwahati/ 13th December’2017 (Prag News Desk): এতিয়া বনভোজৰ বতৰ| পিকনিক স্পটত বনভোজ প্ৰেমীৰ আনন্দ-উল্লাস| পবিতৰাৰ নান্দনিক দৃশ্য চাই আপ্লুত বনভোজ প্ৰেমী| পবিতৰাৰ পৰা বিতোপন বৰা LIVE|  

Read more
1 5 6 7 8 9 16