ধুবুৰীত ক্ৰমাত্ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ|

Guwahati/ 26th December’2017 (Prag News Desk): ধুবুৰীত ক্ৰমাত্ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ| ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ফেৰী| ফেৰীত থকা ৪ শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ| ফকিৰগঞ্জৰ পৰা ধুবুৰী অভিমুখে গৈছিল ফেৰীখন| ধুবুৰীৰ পৰা ছাহজাহান আহমেদৰ এক প্ৰতিবেদন|  

Read more

ঢকুৱাখনাৰ ৰূপহী গাঁৱৰ পৰা সন্ধানহীন এগৰাকী ছাত্ৰী|

Guwahati/ 26th December’2017 (Prag News Desk): ঢকুৱাখনাৰ ৰূপহী গাঁৱৰ পৰা সন্ধানহীন এগৰাকী ছাত্ৰী| সোমবাৰে সন্ধিয়াৰ পৰা নিখোজ ১২ বছৰীয়া কিশোৰীগৰাকী| কিশোৰীগৰাকীৰ মাহীয়েকে অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ| ঘিলামৰা আৰক্ষী থানাত গোচৰ পৰিয়ালৰ|  

Read more

বিশ্বনাথত অব্যাহত বনৰীয়া হাতীৰ সন্ত্ৰাস |

Guwahati/ 26th December’2017 (Prag News Desk): বিশ্বনাথত অব্যাহত বনৰীয়া হাতীৰ সন্ত্ৰাস | বালিপুখুৰী নতুন গাঁৱত সন্ত্ৰাস চলালে হাতীৰ জাকে| প্ৰায় ৫০টা হাতীৰ জাকে চলালে সন্ত্ৰাস| হাতীয়ে ধ্বংস কৰিলে ১৫টাতকৈ অধিক বাসগৃহ|

Read more

কৃষি ক্ষেত্ৰত আশাৰ সঞ্চাৰ কঢ়িয়াইছে বকোৰ দুই যুৱকে |

Guwahati/ 22nd December’2017 (Prag News Desk): কৃষি ক্ষেত্ৰত আশাৰ সঞ্চাৰ কঢ়িয়াইছে বকোৰ দুই যুৱকে | অমিতা খেতিৰে স্বাৱলম্বী কৃষক কৃষ্ণ বড়ো | ৪০ বিঘা মাটিত ৰোপন কৰিছে অমিতা | জৈৱিক সাৰ প্ৰয়োগ কৰা হৈছে খেতি ডৰাত | ডাল ভৰি ভৰি লাগিছে অমিতা | অমিতাৰ মাজে মাজে লগাইছে ভোট জলকীয়াও | অমিতাৰ লগতে জলকীয়া বিক্ৰী কৰিও লাভৱান হৈছে কৃষকগৰাকী |

Read more

শ্বহীদ সাংবাদিকৰ পৰিয়াললৈ চৰকাৰৰ সাহাৰ্য প্ৰদান অনুষ্ঠান |

Guwahati/ 22nd December’2017 (Prag News Desk): শ্বহীদ সাংবাদিকৰ পৰিয়াললৈ চৰকাৰৰ সাহাৰ্য প্ৰদান অনুষ্ঠান | শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিশেষ অনুষ্ঠানত সৰ্বানন্দ সোণোৱাল |

Read more

দক্ষিণ কামৰূপৰ সোণতলীত পুনৰ বাল্য বিবাহৰ ঘটনা |

Guwahati/22nd December’2017 (Prag News Desk): দক্ষিণ কামৰূপৰ সোণতলীত পুনৰ বাল্য বিবাহৰ ঘটনা | আৰক্ষীৰ সহযোগত চাইল্ড লাইনে বন্ধ কৰে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ বিয়া | অঞ্চলটোত ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে বাল্যবিবাহৰ ঘটনা | চাইল্ড লাইনৰ কৰ্মীক কৃতজ্ঞতা জনালে সচেতন ৰাইজে |

Read more

Poet and writer Inquilab has been selected posthumously for the Sahitya Academi Award 2017…

Guwahati/ 21st December’2017 (Prag News Desk): Inquilab, late writer and poet has been selected posthumously for the Sahitya Akademi award for 2017. But Inquilab’s  family declined the award because he had always expressed his opinions against the Government. His daughter Amina will notably send an official letter to Sahitya Akademi explaining their decision. Theatre personality Mangai, who had worked with Inquilab

Read more

Raees fame actress Mahira Khan turns 33 today…

Guwahati/ 21st December’2017 (Prag News Desk): The Pakistani actor Mahira Khan who made her Bollywood debut opposite superstar Shah Rukh Khan in Raees, turns 33 today. A midnight celebration took place and in a video shared by Mahira’s best friend and ace designer Feeha Jamshed on social media, Mahira Khan seen cutting her birthday cake. Mahira’s son Azlaan also spotted with

Read more

Anuska-Virat invites PM Narendra Modi for their reception…

Guwahati/ 21st December’2017 (Prag News Desk): Virat Kohli, the hottest Indian cricketer and Bollywood Superstar Anushka Sharma visits Prime Minister’s office to invite Narendra Modi for their wedding reception. Prime Minister Narendra Modi earlier seen at the reception of former Indian cricketer Harbhajan Singh’s wedding with actor Geeta Basra at Delhi in November 2015. Modi congratulated and gave his best

Read more

বগীধলা কাণ্ডক লৈ প্ৰতিবাদ অব্যাহত আটছাৰ|

Guwahati/ 21st December’2017 (Prag News Desk): বগীধলা কাণ্ডক লৈ প্ৰতিবাদ অব্যাহত আটছাৰ| বোকাখাতৰ ১৯ খন বাগিচাত চলালে গণস্বাক্ষৰ| চাহ বাগিচাৰ মালিকক কঠোৰ শাস্তি দিয়াৰ দাবী প্ৰতিবাদ| কাজিৰঙাৰ পৰা ধ্ৰুৱজ্যোতি সাহাৰ প্ৰতিবেদন|  

Read more
1 2 3 4 8