BELTOLA MURDER UPDATE

Guwahati/ 15th January’2018 (Prag News Desk): জয়া নগৰত ৰহস্যজনক দুৰ্ঘটনা| ইন’ভাৰ খুন্দাত নিহত ব্যৱসায়ী| ‘নাগামিজ’ ৰেষ্টুৰেষ্টৰ স্বত্বাধিকাৰী নিহত| নিহত স্বত্বাধিকাৰী ভূপেন্দ্ৰ সিং| উৰুকাৰ নিশা সংঘটিত হৈছিল দুৰ্ঘটনাটো| মহটিয়াই লৈ যোৱা ইন’ভাখন AS-01 B ছিৰিজত পঞ্জীভুক্ত| ইচ্ছাকৃতভাৱেই ভূপেন্দ্ৰক খুন্দিওৱাৰ অভিযোগ| ইন’ভাখনত আছিল এজন যুৱক আৰু দুগৰাকী যুৱতী| নিশা ১২.২০ মিনিটত সংঘটিত হৈছিল এই ঘটনা|  

Read more

GORIMARI ACCIDENT

Guwahati/ 15th January’2018 (Prag News Desk): দুৰ্ঘটনাৰ পাছতেই কামৰূপৰ গৰৈমাৰীত উত্তেজনা| চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ| পথৰ দুৰৱস্থাৰ বাবেই দুৰ্ঘটনাৰ অভিযোগ| পথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছিল ১৪ কোটি| আবণ্টিত ধন সঠিক প্ৰয়োগ নোহোৱাত ক্ষোভ| ই এণ্ড ডি বিভাগৰ কৰ্মচাৰী, ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবেই পথৰ দুৰৱস্থা| মথাউৰিত বালি ভৰ্তি ট্ৰেক্টৰ উঠাওতেই সংঘটিত দুৰ্ঘটনা| ট্ৰেক্টৰৰ চেপাত নিহত হৈছিল দুজনকৈ যুৱক| নিহতৰ

Read more

DHARAMTUL RAPE

Guwahati/ 15th January’2018 (Prag News Desk):ধৰমতুলৰ পাটৰবড়িত জঘন্য ঘটনা| ৩ বছৰীয়া শিশুক ধৰ্ষণক কেন্দ্ৰ কৰি চাঞ্চল্য| সংকটজনক অৱস্থাত শিশুটিক GMCHলৈ প্ৰেৰণ| আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ৰিতু পাটৰক|  

Read more

LAKUWA ULFA NRC

Guwahati/ 15th January’2018 (Prag News Desk):NRCৰ প্ৰথমখন খচৰাত নাম নাই আলফা নেতা ভাইমন গগৈৰ| প্ৰথম খচৰাত নাম নাই ভাইমন গগৈৰ পত্নীৰো| আলফা (স্বাঃ) সদস্য লাকুৱা চাৰিঙিয়াৰ ভাইমন গগৈ| পৰিয়ালৰ লোকে গগৈৰ কোনো নথি জমা দিব নোৱাৰিলে| গুপ্তহত্যাৰ সময়ত পৰিয়ালৰ ওপৰত চলিছিল চৰকাৰী নিৰ্যাতন| সেনা-আৰক্ষীয়ে লৈ গৈছিল ভাইমন গগৈৰ সকলো নথি|

Read more

মঙলদৈত উপমান্যু হাজৰিকাৰ সংবাদমেল…

Guwahati/ 13th January’2018 (Prag News Desk): মঙলদৈত উপমান্যু হাজৰিকাৰ সংবাদমেল| ধূলা কাণ্ডক লৈ প্ৰতিক্ৰিয়া অব্যাহত| বিজেপি চৰকাৰৰ বৈষম্যমূলক স্থিতিৰ অভিযোগ| ‘খিলঞ্জীয়াৰ নহয় বেদখলকাৰীৰ পক্ষত বিজেপি চৰকাৰ’| ‘ধূলাত নিহতক ক্ষতিপূৰণৰ বিপৰীতে উপেক্ষিত কুৰুৱাৰ আনন্দ দাস’| ধূলা কাণ্ডৰ উচিত তদন্তৰ দাবী হাজৰিকাৰ|  

Read more

ধূলা থানা এলেকাৰ পৰা প্ৰত্যাহাৰ সান্ধ্য আইন|

Guwahati/ 13th January’2018 (Prag News Desk): ধূলা থানা এলেকাৰ পৰা প্ৰত্যাহাৰ সান্ধ্য আইন| আজি পুৱা ৫ বজাৰ পৰা সান্ধ্য আইন প্ৰত্যাহাৰ কৰিলে প্ৰশাসনে| বুধবাৰৰ পৰিস্থিতি শান্ত হোৱাৰ পাছতে বিহুৰ প্ৰাকক্ষণত প্ৰশাসনৰ এই পদক্ষেপ|  

Read more

গোৱালপাৰাতো বিহুৰ বাবে চলিছে পূৰ্ণ প্ৰস্তুতি|

Guwahati/ 12th January’2018 (Prag News Desk): গোৱালপাৰাতো বিহুৰ বাবে চলিছে পূৰ্ণ প্ৰস্তুতি| উৰুকাৰ বজাৰলৈ বুলি সাজু গোৱালপাৰাবাসী| দাম বাঢ়িলেও মোনা ভৰাই বজাৰ কিনিছে ভোগৰ সামগ্ৰী| গোৱালপাৰাৰ পৰা যোগেন সূত্ৰধৰ LIVE|  

Read more

ঢেকিয়াজুলিত মাঘৰ বিহুৰ ব্যাপক প্ৰস্তুতি|

Guwahati/ 12th January’2018 (Prag News Desk): ঢেকিয়াজুলিত মাঘৰ বিহুৰ ব্যাপক প্ৰস্তুতি| ফ’ৰেষ্ট কেম্পৰ আৰ্হিত নিৰ্মাণ ভেলাঘৰ| ঢোলৰ চেৱত কঁকাল ঘূৰাই নাচিলে আইতাইয়ো| ঢেকিয়াজুলিৰ পৰা দিগন্ত শৰ্মা live|  

Read more

ৰাজ্যৰ সৰ্বত্ৰে মাঘবিহুৰ প্ৰস্তুতি|

Guwahati/ 12th January’2018 (Prag News Desk): ৰাজ্যৰ সৰ্বত্ৰে মাঘবিহুৰ প্ৰস্তুতি| ছয়গাঁৱত জাৰ্মানী যুৱতী ব্যস্ত পিঠা-পনা তৈয়াৰত| অসমীয়া শিকিছে জৰ্মানীৰ যুৱতী কেটৰিনাই| ছয়গাঁৱৰ পৰা ৰূপম চৌধুৰী|  

Read more
1 2 3 4 99