অসম, নাগালেণ্ড সীমা সমস্যাক লৈয়ো মন্তব্য কৰে ৰাজ্যপালে…

Guwahati/ 14th November’2017 (Prag News Desk):  ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ৰাজ্যপাল জগদীশ মুখী| নামঘৰত এগচি বন্তি জ্বলাই ৰাজ্যৰ জন কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে, অসম, নাগালেণ্ড সীমা সমস্যাক লৈয়ো মন্তব্য কৰে ৰাজ্যপালে| দুয়োখন ৰাজ্যৰ সীমান্তবাসী পৰস্পৰ নিৰ্ভৰশীল বুলি কয় ৰাজ্যপালে|  

Read more

নিৰ্ঘাত জ্বলিব অসম: মাদানি

Guwahati/ 13th November’2017 (Prag News Desk):উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু প্ৰত্যক্ষ হস্তক্ষেপত ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে। এই সময়তে “অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি  NRC উন্নীতকৰণ আৰু নাগৰিকত্বৰ প্ৰশ্ন” শীৰ্ষক এক আলোচনা দিল্লীত অনুষ্ঠিত হৈছে ।। দিল্লী এক্সন কমিটি ফৰ আছাম  নামৰ এটা অনুষ্ঠানে আয়োজন কৰা আলোচনাচক্ৰত বিশিষ্ট বুদ্ধিজীৱী ড: হীৰেণ গোহাঁই, জমিয়ত উলেমা ই হিন্দৰ সৰ্বভাৰতীয় সভাপতি মৌলানা আৰ্ছাদ

Read more

বিশেষ ন্যায়াধীশ আদালতৰ এই নিৰ্দেশ…

Guwahati/ 13th November’2017 (Prag News Desk): ৰাজৰ্ষি সেন ডেকাক ১৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ| বিশেষ ন্যায়াধীশ আদালতৰ এই নিৰ্দেশ| আজি আদালতত হাজিৰ কৰোৱা হৈছিল ৰাজৰ্ষি সেন ডেকাক, ৭ দিন ধৰি আত্মগোপন কৰি আছিল ৰাজৰ্ষিয়ে| আজি কাহিলিপাৰা SBত আত্মসমৰ্পণ কৰে ৰাজৰ্ষিয়ে| বৰ্তমানেও পলাতক আন ৩ অভিযুক্, ৰুমী শইকীয়া, নিশামণি, ৰাজেশ গুপ্তা পলাতক|

Read more

আজি আদালতত হাজিৰ কৰোৱা হৈছিল ৰাজৰ্ষি সেন ডেকাক…

Guwahati/ 13th November’2017 (Prag News Desk): ৰাজৰ্ষি সেন ডেকাক ১৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ| বিশেষ ন্যায়াধীশ আদালতৰ এই নিৰ্দেশ| আজি আদালতত হাজিৰ কৰোৱা হৈছিল ৰাজৰ্ষি সেন ডেকাক| ৭ দিন ধৰি আত্মগোপন কৰি আছিল ৰাজৰ্ষিয়ে, আজি কাহিলিপাৰা SBত আত্মসমৰ্পণ কৰে ৰাজৰ্ষিয়ে| বৰ্তমানেও পলাতক আন ৩ অভিযুক্ত, ৰুমী শইকীয়া, নিশামণি, ৰাজেশ গুপ্তা পলাতক|

Read more

ৰাজ্যৰ দৰিদ্ৰ শিক্ষাৰ্থীলৈ সুখবৰ|

Guwahati/ 13th November’2017(Prag News Desk): ৰাজ্যৰ দৰিদ্ৰ শিক্ষাৰ্থীলৈ সুখবৰ| মেট্ৰিকৰ দৰিদ্ৰ পৰীক্ষাৰ্থীলৈ ৰেহাই ঘোষণা| ১ লাখ টকাৰ কম আয়ৰ পৰিয়ালৰ শিক্ষাৰ্থীলৈ ৰেহাই ঘোষণা| বিনামূলীয়া হ’ব মেট্ৰিকৰ নামভৰ্তিৰ মাচুল| এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ| পৰীক্ষাৰ্থীক সঠিক তথ্য দাখিলৰ আহ্বান হিমন্তৰ| ভুল-ভ্ৰান্তি নথকালৈ ফৰ্ম পূৰাবলৈ আহ্বান শিক্ষামন্ত্ৰীৰ|  

Read more

জৰাজীৰ্ণ দলঙৰ বাবে সোমাব নোৱাৰে 108…

Guwahati/ 13th November’2017 (Prag News Desk): চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই নাওবৈচা সমষ্টিবাসীক| নাই দলং, নাই যাতায়তৰ সুচল ব্যৱস্থা| জৰাজীৰ্ণ বাঁহৰ দলঙৰ ওপৰেৰে ৰোগীক অনা-নিয়া, জৰাজীৰ্ণ দলঙৰ বাবে সোমাব নোৱাৰে 108| ঠেলাই একমাত্ৰ সম্বল পাচনৈবাসীৰ|

Read more

সত্ৰদ্বীপ মাজুলীত ৰাজ্যপাল জগদীশ মুখি…

Guwahati/ 13th November’2017 (Prag News Desk): সত্ৰদ্বীপ মাজুলীত ৰাজ্যপাল জগদীশ মুখি| ফেৰীৰ মাজুলীলৈ আহিছে ৰাজ্যপালগৰাকী| জিলা সদৰৰ জৰুৰী বৈঠকত অংশ ল’ব ৰাজ্যপালগৰাকীয়ে, গড়মুৰ সত্ৰত সেৱা ল’ব ৰাজ্যপালগৰাকীয়ে|

Read more

আত্মসমৰ্পণ কৰিলে নীলমণিসেন ডেকাৰ পুত্ৰই…

Guwahati/13th November’2017 (Prag News Desk): আত্মসমৰ্পণ কৰিলে নীলমণিসেন ডেকাৰ পুত্ৰই, আৰক্ষীৰ বিশেষ শাখাত আত্মসমৰ্পণ ৰাজৰ্ষি সেন ডেকাৰ| ৭ দিন ধৰি আত্মগোপন কৰি আছিল ৰাজৰ্ষিয়ে, মুছলপুৰৰ চক্ৰ বিষয়া হিচাৰে কৰ্মৰত আছিল ৰাজৰ্ষি| জালিয়াতিৰে ACS বিষয়া হৈছিল নীলমণিৰ জ্যেষ্ঠ পুত্ৰই|

Read more

আমগুৰিত দুটাকৈ বন্যহস্তীৰ মৃত্যু|

Guwahati/ 13th November’2017 (Prag News Desk): হস্তী-মানৱৰ সংঘাতৰ মাজতেই আমগুৰিত দুটাকৈ বন্যহস্তীৰ মৃত্যু| হালোৱাটিঙৰ টিপুক চাহ বাগিচাত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ| মৃত হাতী দুজনীৰ এজনী গাভিনী আছিল| বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হাতী দুজনীৰ|

Read more

গোৱালপাৰাত বৃহত্ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ…

Guwahati/ 13th November’2017 (Prag News Desk): গোৱালপাৰাত বৃহত্ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ| অসম-মেঘালয় সীমান্তৰ গাৰোপাৰাত উদ্ধাৰ মাৰণাস্ত্ৰ| বস্তাৰে মেৰিয়াই পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰণাস্ত্| উদ্ধাৰ ইনছাছ ৰাইফল ৩টা, পিষ্টল দুটা, মেগজিন ৩টা, এটা AK-47, ১৩ জাই সজীৱ গুলীও উদ্ধাৰ| লগতে উদ্ধাৰ ৪০ ডাল ডিটেনেটৰ, ৩১ ডাল জিলেটিন, এই মাৰণাস্ত্ৰৰ সম্ভেদ দিছিল সেনা বাহিনীৰ এটা কুকুৰে|  

Read more
1 50 51 52 53 54 103