তিনিচুকীয়াৰ হিজুগুৰিত লোমহৰ্ষক হত্যাকাণ্ড…

Guwahati/ 16th November’2017 (Prag News Desk):তিনিচুকীয়াৰ হিজুগুৰিত লোমহৰ্ষক হত্যাকাণ্ড, ব্যৱসায়ী চিচু কুৰ্মীক চোকা অস্ত্ৰৰে হত্যা কৰে দুৰ্বৃত্তই| মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়| ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত|

Read more

বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত বালি মাফিয়াৰ গুণ্ডাগিৰি

Guwahati/ 8th November’2017 (Prag News Desk): উত্তৰ গুৱাহাটীৰ চিলা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত বালি মাফিয়াৰ গুণ্ডাগিৰি| বন বিষয়াই জব্দ কৰা অবৈধ বালিৰ ট্ৰাক দাবী-ধমক দি কাঢ়ি নিলে মাফিয়াই, মঙলবাৰে পুৱতি নিশা জব্দ কৰিছিল ট্ৰাককেইখন| ট্ৰাক কেইখনৰ নম্বৰ as-18 c-4271, as-18 c-3291, nl-01 n-2974| ছয়গাঁৱৰ পৰা চালান বিহীনভাৱে আনিছিল বালিখিনি| ঘটনা সন্দৰ্ভত গোচৰ ৰুজু গৌৰীপুৰ আৰক্ষী চকীত|

Read more