আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন উদ্ভাৱক ডঃ উদ্ধৱ ভৰালীক ‘উদ্ভাৱনৰত্ন’ উপাধি প্ৰদান কৰিছে…

0
169

Guwahati/ 13th November’2017 (Prag News Desk): আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন উদ্ভাৱক ডঃ উদ্ধৱ ভৰালীক ‘উদ্ভাৱনৰত্ন’ উপাধি প্ৰদান কৰিছে জামুগুৰিহাটৰ ৰঙাচকুবাসী ৰাইজে। ৰবিবাৰে প্ৰয়াত পদ্মকান্ত বৰদলৈ জন্ম শতবৰ্ষ সোঁৱৰণী মূলসভা আৰু সামৰণী অনুষ্ঠানত উদযাপন সমিতিয়ে এই উপাধিৰে সন্মানিত কৰে ৰাজ্যৰ উদ্ভাৱকগৰাকীক।

Share it on

Leave a Reply