আজিৰে পৰা ISLৰ চতুৰ্থ সংস্কৰণ|

Guwahati/ 17th November’2017 (Prag News Desk):আজিৰে পৰা ISLৰ চতুৰ্থ সংস্কৰণ|

উদ্বোধনী খেলত কলকাতাৰ বিৰুদ্ধে খেলিব কেৰেলা ব্লাষ্টাৰ্ছে,

কোচিত অনুষ্ঠিত হ’ব উদ্বোধনী মেচখন|

ISLত দুবাৰকৈ চেম্পিয়ন কলকাতাৰ দলটো|

এইবাৰ ISLত দেখা যাব দুটা নতুন দল,

জামছেথপুৰ এফচি, বাংগালুৰ এফ চি প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে|

 

Share it on

Leave a Reply